Home অন্যান্য খবৰবুঢ়া লুইতক লৈ বিগ-বিৰ গান

বুঢ়া লুইতক লৈ বিগ-বিৰ গান

by News Desk
55 views
A+A-
Reset

মুম্বাইঃ ভূপেন হাজৰিকাৰ কণ্ঠত লুইতৰ গান আমি শুনিছো। সেই উদ্দাত্ত কণ্ঠ আমাৰ সকলোৰে পৰিচিত। কিন্তু সেই একেই ইতিহাস আওৰাব লৈছে বলিউড জগতৰ বিগ-বি অমিতাভ বচ্চনে। বুঢ়ালুইতক লৈ গান গোৱাৰ কথা ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে৷

উক্ত সংগীত ৰচনা কৰিছে অংগৰাগ মহন্তই৷ যিটো সময়ত অসমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু শিল্পীয়ে উজলাই তুলিছে তেনেসময়তে কিংবদন্তী অভিনেতাজনে কণ্ঠ নিগৰোৱা উক্ত গানটোৱে পুনৰ এবাৰ লুইতৰ পাৰ জিলিকাব বুলি আশা কৰিছে বহুজনে৷ কালি টুইটাৰত অভিনেতাজনে গানটোৰ বাণীবদ্ধ সম্পুৰ্ণ হোৱা বুলি প্ৰকাশ কৰে৷ অমিতাভ বচ্চনৰ গলগলীয়া মাতেৰে লুইতৰ গান শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অনুৰাগীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0