Home ৰাজ্যফাঁট মেলিছে বৰজাৰণী গাঁও পঞ্চায়ত

ফাঁট মেলিছে বৰজাৰণী গাঁও পঞ্চায়ত

by News Desk
95 views
A+A-
Reset

 বিহালীঃ ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত বি জে পিৰ ব্যাপক গৰাখহনীয়া। দলটোৰ প্ৰতি অতিষ্ট হৈ মঙলবাৰে বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটোৱালৰ সভাপতিত্বত বৰজাৰণী গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠাপক ৱাৰ্ড সদস্য সৰানন্দৰ বাসগৃহত অনুষ্ঠিত হোৱা সভাত ৩৫ জনকৈ বিজেপি নেতা কৰ্মীয়ে স্ব-ইচ্ছাই বি জে পি ত্যাগ কৰে।

তাৰপাছতেই আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0