Home সংস্কৃতিজিনজিয়াত আমছুৰ জিনজিয়া আঞ্চলিক সমিতিৰ উদ্যোগত ইফতাৰী অনুষ্ঠান

জিনজিয়াত আমছুৰ জিনজিয়া আঞ্চলিক সমিতিৰ উদ্যোগত ইফতাৰী অনুষ্ঠান

by News Desk
A+A-
Reset

বৰগাংঃ পৱিত্ৰ ৰমজান মাহ উপলক্ষ্যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জিনজিয়া  আঞ্চলিক সমিতিৰ উদ্যোগত শিঙিবিল মছজিদ প্ৰাংগণত এক ইফতাৰী অনুষ্ঠান অনুষ্ঠিত হয়।

জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি মোবাৰক হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ছাদ্দাম হুছেইনে। আমছুৰ বহু নেতা কৰ্মী উপস্থিত থকা মুকলি  সভাখনত আমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক কুদ্দুছ আলি সৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি, ভাতৃত্ববোধ ৰক্ষা কৰি হিন্দু-মুছলমানৰ মাজত থকা সাতামপুৰুষীয়া বান্ধোনৰ এনাজৰীডাল অধিক শক্তিশালী কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সহায় কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0