64
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ চাপৰৰ ৰৌমাৰীস্থিত কোৱালিফাইড এনাৰ্জী ষ্টেচনত পুৱাই লাগিল হাহাকাৰ। একাংশ ক্ষুব্ধ ৰাইজে সোমবাৰে পুৱা বন্ধ কৰিলে পেট্ৰ’ল-ডিজেলৰ বিক্ৰী।
অভিযোগ মতে, এই পেট্ৰ’ল ডিপোটোত দীৰ্ঘ দিনৰপৰা চলাই আহিছে পেট্ৰ’ল-ডিজেলৰ ভেজালকৰণ৷ ডিপোটোৰপৰা কেৰাচিন তেল মিহলি ইন্ধন ভৰাই বহুতো বাহন বিকল হোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ।