Home ৰাজনীতিধুবুৰী কংগ্ৰেছৰ বাবে আজমল ফেক্টৰ নহয়ঃ আবু তাহেৰ বেপাৰী

ধুবুৰী কংগ্ৰেছৰ বাবে আজমল ফেক্টৰ নহয়ঃ আবু তাহেৰ বেপাৰী

by News Desk
107 views
A+A-
Reset

বিলাসীপাৰাঃ ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰপৰা টিকট লাভ কৰা আবু তাহেৰ বেপাৰীক বহলপুৰৰপৰা আদৰি অনাৰ সময়ত প্ৰায় শ শ টাটাছম’ গাড়ীৰে বিলাসীপাৰাত কংগ্ৰেছ দলৰ নেতা প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, নায়েৰ আলগা জিলা পৰিষদৰ সদস্যা, ফৰিদা ইয়াছমিন, হাজী জয়নাল আবেদীন, শগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতি আতোৱাৰ ৰহমান, বিলাসীপাৰা পূব যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জহিৰুল ইছলাম, কোকৰাঝাৰ এনএছইউআইৰ জিলা সভাপতি জয়উদ্দিন শ্বেখ লগতে হাজাৰ হাজাৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু ৰাইজ উপস্থিত হৈ ফুলাম গামোচাৰে আবু তাহেৰ বেপাৰীক সম্বৰ্ধনা জনায়৷

ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনত আজমলক ৰুধিবলৈ আপুনি পাৰিবনে? সাংবাদিকে প্ৰশ্ন সোধাত আবু  তাহেৰ বেপাৰী সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে এইবাৰ মৌলনা বদৰউদ্দিন আজমল কোনো ফেক্টৰ নহয়। কাৰণ যোৱা পঞ্চায়তত নিৰ্বাচনতে বদৰউদ্দিন আজমলক ৰাইজে প্ৰত্যাখ্যান কৰিছে বুলি তেওঁ মন্তব্য কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0