Home ৰাজ্যবিৰাজ তালুকদাৰক AJYCPৰ পৰা আজীৱন অব্যাহতি

বিৰাজ তালুকদাৰক AJYCPৰ পৰা আজীৱন অব্যাহতি

by News Desk
69 views
A+A-
Reset

চৰাইদেউঃ ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহক লৈ একাংশ জাতীয় সংগঠনে নীৰৱতা অৱলম্বন কৰা বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে এটা জাতীয় সংগঠনৰ ভিতৰচ’ৰাক ধুমুহাই জোকাৰি যোৱাৰ কথা পোহৰলৈ আহিছে। এই সংগঠনটো হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰক যোৱা ১৯ জুলাইত কাজিৰঙাৰ কনভেনচন হ’লত অনুষ্ঠিত পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভাই পৰিষদৰ সকলো বিষয়-বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা আজীৱন অব্যাহতি দিয়ে।

কনভেনচন হ’লত পৰিষদৰ সৰ্বোচ্চ পৰামৰ্শদাতা উপদেষ্টা পৰিষদৰ উপস্থিতিত উপ-সভাপতি ৰঞ্জন উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0