Home অন্যান্য খবৰবিশ্বনাথ জিলাৰ নাহৰণিত কন্টেইনমেন্ট জ’ন(সংবৰণ ক্ষেত্ৰ)ত থকা পৰিয়ালক সাহাৰ্য্য প্ৰদান*

বিশ্বনাথ জিলাৰ নাহৰণিত কন্টেইনমেন্ট জ’ন(সংবৰণ ক্ষেত্ৰ)ত থকা পৰিয়ালক সাহাৰ্য্য প্ৰদান*

by News Desk
124 views
A+A-
Reset

News Next One ,বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ,৬ জুলাইঃ- বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ অঞ্চলৰ নাহৰণি(মধুপুৰ) গাওঁৰ নৰেশ মণ্ডল (১৪) নামৰ কিশোৰ গৰাকীৰ দেহত ক’ভিড-১৯ ৰোগ ধৰা পৰে ৷ বিশ্বনাথ জিলা প্ৰশাসনে কনটেন্টমেণ্ট জ’ন (সংবৰণ ক্ষেত্ৰ) হিচাবে ঘোষনা কৰা স্থানীয় লাট মণ্ডল অৰুণ বৰাই পৰিয়াল বৰ্গক সাক্ষাৎ কৰি ক’ভিড-১৯ সম্পৰ্কীয় নীতি বিধি পালন কৰিবৰ অনুৰোধ জনাই আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা অনা সাহাৰ্য সামগ্ৰী সমুহ প্ৰদান কৰে ৷ সমাজকৰ্মী ৰাতুল নাথ তৰাজুলি গাওঁৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ বসুমতাৰী আৰু নাহৰণি গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰঞ্জিত বিশ্বাস উপস্থিত থাকি পৰিয়াল বৰ্গক সান্ত্বনা প্ৰদান কৰাৰ লগতে ক’ভিড-১৯ ৰ নীতি নিয়ম পালন কৰিবৰ বাবে পৰিয়াল বৰ্গক আহ্বান জনায় ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0