114
মৰিয়নীঃ যোৰহাট জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই দেওবাবে হজ যাত্ৰীসকলক যোৰহাট টাউনৰ হোটেল গ্ৰেণ্ড পেলেচত সম্বৰ্ধনা তথা শুভেচ্ছা জনায়৷
হোটেলখনত অনুষ্ঠিত এখন সভাৰ জৰিয়তে যোৰহাট জিলাৰ ৭০ জনৰো অধিক হজ যাত্ৰীক ফুলাম গামোচা, খাদী ৰুমাল আৰু এটি ফার্ষ্ট এইড কিটেৰে সম্বর্ধনা তথা শুভেচ্ছা জনাই যোৰহাট জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই।