72
newsnextone.com | ডিজিটেল ডেস্কঃ লোকসভাত শুকুৰবাৰে বিৰোধী দলে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে টিডিপি সহ দেশৰ মুঠ প্ৰায় ১৬টা বিৰোধী দলে অবিশ্বাস প্ৰস্তাৱৰ আনিছে। শুকুৰবাৰে এই বিষয় আলোচনা হোৱাৰ লগতে আস্থা ভোট অনুষ্ঠিত হ’ব৷ তাৰ পূৰ্বে বিৰোধী দল আৰু শাসক দলৰ নেতাই এই বিষয়ত নিজ নিজ দলৰ মন্তব্য আগবঢ়াব৷