newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে বলিউডৰ অভিনেতা তথা বিজেপিৰ সাংসদ পৰেশ ৰাৱালে সংসদ ভৱনত উপস্থিত হৈয়ে আক্ৰমণ কৰে ৰাহুল গান্ধীক৷ শুকুৰবাৰে পুৱাই সংসদ ভৱনৰ বাহিৰত আক্ৰমণ কৰি ঠাট্টা কৰি কয় যে আজি পুনৰ নপঢ়াকৈ, অনৰ্গল, ভুল নকৰাকৈ ১৫ মিনিট ভাষণ প্ৰদান কৰিব পাৰিলে পথিৱীত কঁপি উঠিব৷ উল্লেখ্য যে পূৰ্বে ৰাহুল গান্ধীয়ে বিমূদ্ৰাকৰণৰ বিষয়ত কবলৈ আৰম্ভ কৰিলে সদনত ভূমিকম্প আহিব বুলি কৈছিল৷ তাৰ পিছৰে পৰা বিজেপিৰ নেতাই এই কথাষাৰক লৈ ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে৷
PM Narendra Modi laughs after Rahul Gandhi says 'Pradhanmantri apni aankh meri aankh mein nahi daal sakte' #NoConfidenceMotion pic.twitter.com/qwXNt6PphM