Home অন্যান্য খবৰবোকাজানত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা

বোকাজানত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা

by News Desk
61 views
A+A-
Reset

newsnextoneকাৰ্বিআংলং ৭অক্টোৱৰঃ  বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিয়ে বোকাজানত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে ৷ বোকাজান বিলাতী মাটি নিগমৰ আৱাসিক নামঘৰত অহা ১ আৰু ২ কাতি (ইং ১৯ অাৰু ২০ অক্টোবৰ)ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ অায়োজন কৰিছে।

গুৰুজনাৰ জন্মজয়ন্তী অনুষ্ঠানৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0