Home অন্যান্য খবৰবিশ্ব গ্ৰন্থ দিৱস তেজপুৰত শিশু গ্ৰন্থ বিতৰণ কাৰ্যসূচী

বিশ্ব গ্ৰন্থ দিৱস তেজপুৰত শিশু গ্ৰন্থ বিতৰণ কাৰ্যসূচী

by News Desk
87 views
A+A-
Reset

তেজপুৰঃ আজি বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই এক শিশু গ্ৰন্থ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে। উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সভাপতি অৰুন বৰা আৰু উপ সভাপতি কামেশ্বৰ দাসে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

এই বিশেষ কাৰ্যসূচীত অঞ্চলটোৰ শিশুৰ মাজত গ্ৰন্থ বিতৰণ কৰে সভাই। বিশ্ব গ্ৰন্থ দিৱসৰ এই বিশেষ কাৰ্যসূচীত জিলা সাহিত্য সভাৰ সভাপতি স্বাধীনতা মহন্ত, জিলা সভাৰ কোষাধ্যক্ষ অপুৰ্ব বৰা, বিশিষ্ঠ সংগঠন দ্বিপেন মহন্তৰ লগতে মিলনপুৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক-শিক্ষয়ত্ৰীসকল উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0