70
বৰপেটাঃ একাংশ সমাজ সচেতন লোকে ছচিয়েল মিডিয়াক ব্যাপক জনমত গঢ়াত ব্যৱহাৰ কৰি আহিছে৷ সমানে সমানে ফেচবুকৰ জড়িয়তে লগ পোৱা বহু মনুহক একত্ৰিত হৈ সাহিত্য চৰ্চা কৰি অহা পৰিলক্ষিত হৈছে৷
তেনে এটা ব্যতিক্ৰম গ্ৰু হৈছে নামনি অসমৰ বৰপেইটা ফেচবুক ফ’ৰামষ এই ফৰামৰ সৈতে জড়িত লোকসকলে অনুষ্ঠিত কৰিব দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱৰ ৷ গ্ৰন্থ উৎসৱ পৰিচালনা কৰাৰ বাবে উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰে ফৰামে৷