ডিব্ৰুগড় গ্ৰন্থমেলা, নৱজ্যোতি দত্তৰ “সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা” উন্মোচন

Home অন্যান্য খবৰডিব্ৰুগড় গ্ৰন্থমেলা, নৱজ্যোতি দত্তৰ “সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা” উন্মোচন

ডিব্ৰুগড় গ্ৰন্থমেলা, নৱজ্যোতি দত্তৰ “সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা” উন্মোচন

by News Desk
75 views
A+A-
Reset

উত্তৰ অসমঃ ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত চৌকিডিঙ্গী খেলপথাৰত আৰম্ভ হৈছে ডিব্ৰুগড় গ্ৰন্থমেলা। দশম বাৰ্ষিক ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ গ্ৰন্থ বিপণীৰ প্ৰা‌ংগণত শুকুৰবাৰে বিয়লি ৩.৩০ বজাত অধ্যাপক নৱজ্যোতি দত্তৰ ৰচিত “সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়।

প্ৰবীণ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ মূখ্য উপদেষ্টা ইকবাল আহমেদৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অৰু গণসংযোগ ‌অধ্য‌য়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক ড০ সত্যকাম বৰঠাকুৰে সাংবাদিকতাৰ অ, আ,ক,খ, আৰু আনুষ্ঠানিক ডিগ্ৰী ল’লেই নহ’ব, সাংবাদিকতাৰ বাবে সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী হোৱাৰ উপৰিও ৰুচিবোধ, সামাজিক দায়বদ্ধ আৰু প্ৰতিশ্ৰুতি সম্পন্ন ব্যক্তিত্বৰ গৰাকী হ’ব পাৰিব লাগিব বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0