ডিজিটেল ডেক্সঃ অহা ১৬ অক্টোবৰ ২০১৮ তাৰিখে দিনৰ ১১ বজাত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিৰ নিৰ্বাচিত গল্প সংকলন "আলিবাটত" আনুষ্ঠানিকভাৱে উন্মোচন কৰা হব ৷
স্বনামধন্য বুদ্ধিজীৱি ড° হীৰেন গোহাঁয়ে শিবানন্দ কাকতিৰ নিৰ্বাচিত গল্প সংকলনটি উন্মোচন কৰিব । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হৰেকৃষ্ণ ডেকা আৰু প্ৰভাত বৰা । গল্পকাৰ শিৱানন্দ কাকতিয়ে অনুষ্ঠানটিলৈ সাহিত্যনুৰাগী সকলক সাদৰেৰে আমন্ত্ৰন  উদ্যোক্তাসকলে জনাইছে  ৷

প্ৰেৰক গুনমনি কলিতা