50
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ যুৱ মঞ্চৰ উদোগত বুধবাৰে দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে ঘগ্ৰাপাৰস্থিত ডাকবঙলাত ৰঙালী বিহু সম্মিলনখনি অনুষ্ঠিত হয়।
এই উপলক্ষে পুৱা যুৱ মঞ্চৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, ভেশচন, কুইজ প্ৰতিযোগিতাৰ পাছতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।