140
বৰনৰ্দ্দীঃ অসমৰ প্ৰাচীনতম তথা ঐতিহ্যমণ্ডিত বৰনৰ্দ্দী ৯৭ তম মহাবিষ্ণু যজ্ঞমহোৎসৱখন বুধবাৰৰপৰা ২৪ মাৰ্চলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।
এই উপলক্ষে মহোৎসৱত সুকলমে পৰিচালনা কৰাৰ বাবে বসন্ত ডেকাক সভাপতি, গংগা হাজৰিকাক সম্পাদক হিচাপে ৩১ জনীয়া সমিতি এখন গঠন কৰা হৈছে। আনহাতে, বিভিন্ন বিভাগত আন আঁঠখন উপসমিতি গঠন কৰা হৈছে।