Home সংস্কৃতিনলবাৰীত অসমীয়া ভাষা ব্যৱহাৰ সন্দৰ্ভত উপায়ুক্তক সাক্ষাৎ সাহিত্য সভাৰ

নলবাৰীত অসমীয়া ভাষা ব্যৱহাৰ সন্দৰ্ভত উপায়ুক্তক সাক্ষাৎ সাহিত্য সভাৰ

by News Desk
A+A-
Reset
ss

দিগন্ত বৰ্মণ ,বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান আদিত অসমীয়া ভাষা প্ৰয়োগ কৰা, জিলাখনত অসমৰ ৰাজ্য ভাষা প্ৰয়োগ আইনখন বলবৎ কৰা আৰু নলবাৰী চহৰত বৃহৎ ব্যাৱসায়ীক প্ৰতিষ্ঠানসমূহে অসমীয়া ভাষা ব্যৱহাৰ নকৰা আদি বিষয় আলোচনা কৰাৰ অৰ্থে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি  ডাঃ বিপিন চন্দ্ৰ কলিতাৰ নেতৃত্বত এটি সজাতি দলে সোমবাৰে নলবাৰী জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰে৷

সজাতি দলটোত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ ৰাজ্য ভাষা প্ৰয়োগ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ড° দীনমণি ভাগৱতীয়ে অংশ গ্ৰহণ কৰে৷ নলবাৰী জিলা সাহিত্য সভাৰ তৰফৰপৰা উপায়ুক্তক গামোচা, জাপি আৰু গ্ৰন্থৰ টোপোলাৰে নৱবৰ্ষৰ ওলগ জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0