87
বৰপথাৰঃ বিষাক্ত চুলাই সেৱনৰ কৰি গোলাঘাট আৰু যোৰহাট জিলাৰ ডেৰশৰো অধিক লোক মৃত্যু মুখত পৰাৰ পাছত দেওবাৰে টেঙানী উপ-আঞ্চলিক ছাত্র সন্থা আৰু ঐক্য যুৱ মঞ্চ, টেঙানী আৰু বৰপথাৰ আৰক্ষীৰ সহযোগত টেঙানী অঞ্চলত অবৈধ চুলাই মদৰ বিৰুদ্ধে যৌথ অভিযান চলায়।
অভিযানত টেঙানী অঞ্চলৰ আলিচিঙা কঠবিল গাঁৱৰপৰা প্ৰায় ৪০০ লিটাৰৰো অধিক সুৰাৰ লগতে মদ প্ৰস্তুত কৰা সামগ্রী নষ্ট কৰে অভিযানকাৰী দলে।