75
ডিজিটেল ডেস্কঃ দেশ বিৰোধী শ্ল’গানক লৈ আকৌ গৰম হৈছে দেশৰ ৰাজনীতি৷ আকৌ ভাৰতৰ ভূমিত পাকিস্তান শ্ল’গান দিয়াৰ অভিযোগ উত্থাপন হৈছে তিনি যুৱকৰ বিৰুদ্ধে৷ বিহাৰৰ আৰৰিয়া লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই এটি ভিডিঅ’ ভাইৰেল হৈ পৰে৷
#Bihar: 2 men, named Sultan Aazmi & Shehjad, arrested over viral video from #Araria, that showed people raising anti-India slogans.