50
দিখৌমুখঃ এক হৃদয় বিদাৰক আৰু মৰ্মান্তিক ঘটনাই আজি জোকাৰি গ’ল সমগ্র দিখৌমুখ ৷ শিৱসাগৰ জিলাৰ দিখৌমুখ উজনী ভৰলুৱা গাৱৰ তিনিজনীয়া এটি পৰিয়াল,যোৱা মঙ্গলবাৰে মেজিৰ ওচৰত ৰাইজক পুত্রৰ দীৰ্ঘদিন ভূগি থকা অসুখ পৰা পৰিত্রান পোৱাৰ কামনাৰে আৰ্শীবাদ লৈ আজি পুৱা পুত্রৰ চিকিৎসাৰ বাবে ডিব্রুগড়লৈ ৰাওনা হৈছিল ।
