খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তত ট্ৰাকসহ পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত উমপ্লুঙৰ তুমেং-লাংছ’ৰপৰা এইবাৰ খেৰণি বন বিভাগে …
© News Next One. All rights Reserved. Contact [email protected] for any query. Design & Cloud Hosting by: Rongjeng Technologies.