চামগুৰিঃ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বৃহস্পতিবাৰে দুপৰীয়া নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মা, বিজেপি নেতা জিতু গোস্বামীয়ে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ পুৰণিগুদাম গড়মুৰ, চলচলী, …
© News Next One. All rights Reserved. Contact [email protected] for any query. Design & Cloud Hosting by: Rongjeng Technologies.