65
চাবুৱাঃ চাবুৱাৰ বিভিন্ন জাতীয় সংগঠন উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত অহা ১৯ মে’ৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চাবুৱা পেট্ৰল পাম্পৰ সমীপত তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ’ব৷
প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা বিহু পতাকা উত্তোলন কৰিব ড. প্ৰফুল্ল ছেত্রীয়ে৷ অজিত ফুকনে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ পাছত প্ৰয়াত জয়চন্দ্ৰ চাংমাই সোঁৱৰণী বিহুমঞ্চ উদ্ধোধন অাৰু প্ৰতিযোগিতা শুভাৰম্ভ কৰিব মৃদুল ৰাজখোৱাই৷