Home অন্যান্য খবৰপৰাজয়তো ISROৰ জয়! চন্দ্ৰযান-১ৰ পথেৰেই চন্দ্ৰযান-২

পৰাজয়তো ISROৰ জয়! চন্দ্ৰযান-১ৰ পথেৰেই চন্দ্ৰযান-২

by News Desk
A+A-
Reset
moon-2

 

এক ঐতিহাসিক মূহূৰ্তলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল সমগ্ৰ বিশ্বই৷ চলিত বৰ্ষৰ ২২ জুলাইত ইছৰ’ই দিনৰ ২.৪৩ বজাত  শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিছিল চন্দ্ৰযান–২। ৭ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে নিশা ডেৰ বজাৰ পৰা আঢ়ৈ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা আছিল চন্দ্ৰযানৰ লেণ্ডাৰ ‘বিক্ৰম’-ৰ৷  লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় ৩ ঘণ্টাৰ পিছত অৰ্থাৎ শনিবাৰে পুৱা ৫.৩০-৬.৩০ৰ ভিতৰত বাহিৰলৈ ওলাই অহাৰ কথা আছিল ৰ’ভাৰ ‘প্ৰজ্ঞান’। ‘বিক্ৰম’ৰ অৱতৰণ সুনিশ্চিত কৰিবৰ বাবে চন্দ্ৰযানত লেণ্ডাৰ পজিশ্যন ডিটেকছন কেমেৰা, লেণ্ডাৰ হ’ৰাইজেণ্টেল ভেল’ছিটি কেমেৰা, লেণ্ডাৰ হজাৰ্ডছ ডিটেকছন এণ্ড অবিয়েণ্ডছ কেমেৰাকে ধৰি মুঠ তিনিটা কেমেৰা আৰু দুটা কে.এ বেণ্ডৰ আল্টিমিটাৰ-১ আৰু আৰু আল্টিমিটাৰ-২ সংযোগ কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0