Home অন্যান্য খবৰঐতিহাসিক চৰাইদেউ মৈদাম পৰ্যবেক্ষণ

ঐতিহাসিক চৰাইদেউ মৈদাম পৰ্যবেক্ষণ

by News Desk
100 views
A+A-
Reset

শিমলুগুৰিঃ ঐতিহাসিক চৰাইদেউ মৈদাম পৰ্যবেক্ষন কৰিলে অসমৰ উপ-মুখ্য সচিব তথা পুৰাতত্ব বিভাগৰ কমিচনাৰ ভি ভি প্ৰাৰেলাল, অসম পৰ্যটন বিভাগৰ সচিব ললিত গগৈ, সঞ্চালিকা দীপি ৰেখা কুলি, চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, সোণাৰিৰ বিধায়ক তপন গগৈয়ে। 

অসম চৰকাৰে ঐতিহাসিক চৰাইদেউৰ সমল সমূহ সংৰক্ষণ তথা পৰ্যটকৰ আকৰ্ষণীয় কৰি তুলিবলৈ এক কোটি টকা অসম পুৰাতত্ব বিভাগক আৱণ্টন দিয়াৰ পাছত চৰাইদেউ জিলাৰ বিভিন্ন ঐতিহাসিক স্থান সমূহত মঙলবাৰে উপস্থিত হৈ পৰ্যবেক্ষন কৰে। অতি শীঘ্ৰে চৰাইদেউ জিলাক এখন পৰ্যটকৰ আকৰ্ষণীয় কৰি তোলা হ’ব বুলি উল্লেখ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0