66
অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৰ আমগুৰী প্ৰথম খণ্ডত এটি শিশুৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে।
শিৱাজী মণ্ডল নামৰ আঢ়ৈ বছৰীয়া শিশুটোৱে আজি দিনৰ প্ৰায় ১১ বজাত নিজ ঘৰৰ সমুখত উমলি থকা অৱস্থাত হঠাৎ দ’ খাৱৈত পৰে।