Home প্ৰযুক্তিজঘন্য! লকডাউনৰ সময়ত ভাৰতত ৯৫ শতাংশলৈ বৃদ্ধি ‘চাইল্ড পৰ্ণ’ ডাউনলোড

জঘন্য! লকডাউনৰ সময়ত ভাৰতত ৯৫ শতাংশলৈ বৃদ্ধি ‘চাইল্ড পৰ্ণ’ ডাউনলোড

by News Desk
A+A-
Reset
digital rape

বিশেষ প্ৰতিবেদনঃ কৰ’না মহামাৰীক লৈ অব্যাহত থকা লকডাউনৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে ইণ্টাৰনেটৰ ব্যৱহাৰ। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ। সেয়া হৈছে এই সময়ছোৱাত ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অনলাইন ধৰ্ষণ। স্পেইনৰ চাইবাৰ অপৰাধ অনুসন্ধান সংস্থা ‘চেণ্ট্ৰেল চাইবাৰ ক্ৰাইম ইউনিট’ৰ এক অনলাইন সমীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক খবৰ।

স্পেনিছ চাইবাৰ ক্ৰাইম অনুসন্ধান সংস্থাটোৰ এগৰাকী বিষয়া ছেছিলিয়া কেৰিয়ানে জনোৱা মতে লকডাউনৰ সময়ত ইউৰোপৰ লগতে এছিয়া আৰু আমেৰিকা মহাদেশৰ দেশসমূহতো সাধাৰণ দিনৰ তুলনাত অধিক ভয়াৱহভাৱে বৃদ্ধি পাইছে অনলাইন যৌন নিৰ্যাতন। এই সময়ছোৱাত অধিক সক্ৰিয় হৈ পৰিছে ‘পিড’ফাইল চাৰ্কোল’ৰ লোকসকল। ইয়াৰ অৰ্থ হৈছে শিশুসকলক যৌন দৃষ্টিৰে চোৱা আৰু যৌন শোষণ কৰা লোকসকল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0