Home ৰাজ্যডিফুৰ ৩ নং ৱাৰ্ডত আত্ম সহায়ক গোটৰ চাফাই অভিযান ৷

ডিফুৰ ৩ নং ৱাৰ্ডত আত্ম সহায়ক গোটৰ চাফাই অভিযান ৷

by News Desk
129 views
A+A-
Reset

newsnextone.com।ডিফু: অহা দুই অক্টাবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে ডিফু নগৰ সমিতিৰ নিৰ্দেশ মৰ্মে আজি পুৱাৰ ভাগত আত্ম সহায়ক গোট সমুহৰ আৰমুঙ চিঙৰীৰ এৰিয়া লেভেল ফেডাৰেছনৰ নেতৃত্বত ডিফু চহৰৰ বৃহত্তম ৩ নং ৱাৰ্ডত প্ৰায় ৫০ টাৰো অধিক আত্ম সহায়ক গোটৰ সদস্য সকলে চাফাই অভিযান চলায় ৷ সদস্য সকলে হাতে হাতে ঝাড়ু, কোৰ, টুকুৰীয়া আদি লৈ বৃহত্তম ৱাৰ্ডটোৰ হৰিলাল বস্তি, দেৱানবস্তি, ধৰমনালা আৰু মাটিপুঙ এলেকা পৰিষ্কাৰ কৰে ৷ আনহাতে আজিৰ চাফাই অভিযানৰ নেতৃত্ব প্ৰদান কৰে আৰমুঙ চিঙৰি এৰিয়া লেভেল ফেডাৰেছনৰ সভানেত্ৰী জোনাকী ৰংপিপী আৰু সম্পাদিকা অঞ্জলি তিমুঙপীয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0