64
চামগুৰিঃ ঘৰৰ মূধচত এটি ৰাজ ফেটী৷ ৰাজ ফেঁটীটোৱে চিকাৰ কৰিবলৈ উঠিছে ঘৰৰ মূধচত৷ চিকাৰৰ বাবে চোপ লৈ থকা ফেটি পৰিল পৰিয়ালৰ এগৰাকী সদস্যৰ চকুত৷ লগে লগে পৰিয়ালটোত লাগিল হুৱাদুৱা৷
পৰিয়ালটোৰ লোকসকলৰ আকৌ সাপলৈ ভয় ৷ ওচৰ-চুবুৰীয়াই ৰাজ ফেটিক চাবলৈ হেতা-ওপৰা লগোৱাৰ সময়তে কেইজনমানে সাপটোক মাৰিবলৈ আগবাঢ়ে।