71
newsnextone.com | গুৱাহাটীঃ যোৱা বিধান সভা নিৰ্বাচনত অসমৰ একাংশ জাতীয় দল-সংগঠনে বিজেপিক চৰকাৰ গঠনত আওপকীয়াকৈ হলেও সহায় কৰা বুলি সময়ে সময়ে চৰ্চা হৈ আহিছে৷ অসমৰ কেইবাটাও জাতীয় সংগঠনে সহায় কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ মুকলি মঞ্চত যোৱা বিধান সভা নিৰ্বাচনত বিজেপিক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰা বুলি স্বীকাৰ কৰে এগৰাকী আলোচনীপন্থী নেতাই৷