Home ৰাজনীতিকংগ্ৰেছ নেতা ৰণদীপ সুৰজেবালাই ক’লে, বিনিময়ৰ জৰিয়তে বিজয়ী হৈছে বিজেপিয়ে

কংগ্ৰেছ নেতা ৰণদীপ সুৰজেবালাই ক’লে, বিনিময়ৰ জৰিয়তে বিজয়ী হৈছে বিজেপিয়ে

by News Desk
92 views
A+A-
Reset

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু শেহতীয়া ঘটনাক্ৰমক লৈ কংগ্ৰেছ দলে এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলৰ জৰিয়তে কংগ্ৰেছে তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ বিজেপিক উদ্দেশ্যি কয়, কেন্দ্ৰীয় শাসিত দলটোৱে যিকোনো মাধ্যম তথা বিনিময়ৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যকেইখনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি সন্দেহ প্ৰকাশ কৰে। বিজেপি দলৰ এই বিজয়ত প্ৰত্যেকজন ভাৰতীয়ই চিন্তিত হৈ পৰিছে বুলিও কয়৷

দলটোৱে ইয়াকো উত্থাপন কৰে যে, বৰ্তমান পূৰ্বোত্তৰ ৰাজ্যকেইখন অস্থিৰতাৰ ফালে গতি কৰা নাইনে? বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয়ভাৱে ধৰাশায়ী হোৱাৰ পিছত দলৰ মুখ্য প্ৰবক্তা ৰণদীপ সুৰজেবালাই কয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ জনতাক ধন্যবাদ জনাইছোঁ৷ ৰাজ্যকেইখনে বৰ্তমান নতুন চৰকাৰে শান্তি, প্ৰগতি, সম্প্ৰীতি আৰু বিকাশৰ বাবে প্ৰস্তুত কৰিব লগা কাৰ্যক্ৰমণিকাৰ জৰিয়তে আগুৱাই যাব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0