75
গুৱাহাটীঃ পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধি আৰু ৰাফেল বিমান কেলেংকাৰীকলৈ মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ সহযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জোঁৰলৈ প্ৰতিবাদ ।
কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায়, বিজেপি গৌ’বেক, বিজেপি লেই লেই চেই চেই ধ্বনিৰে কপালে দিছ্পুৰৰ আকাশ বতাহ ।