74
গুৱাহাটীঃ ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ৰ বিৰুদ্ধে হিংসাৰ বাবে প্ৰৰোচনা জনোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পশ্চিং বংগৰ একাংশ বুদ্ধিজীৱী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাৰ ক্ষমতা পৰিৱৰ্তনৰ লগে লগে হিংসা বিয়পাৰ অভিযোগ উত্থাপন কৰে৷
বুলডজাৰেৰে লেনিনৰ মূৰ্তি ভাঙি পেলাইছিল একাংশ লোকে৷ হিংসাৰ বিয়পোৱাৰ প্ৰৰোচনা কৰাৰ টুইট কৰাৰ অভিযোগ উত্থাপন কৰে ৰাজ্যপাল তথাগত ৰায়ৰ বিৰুদ্ধে৷ ৰাষ্ট্ৰপতিক এই অভিযোগ দাখিল কৰে পশ্চিম বংগৰ একাংশ লোকে৷