Home ৰাজ্যসৰ্বা চৰকাৰৰ বৰঘৰত দুৰ্নীতিপৰায়ণ বিষয়া

সৰ্বা চৰকাৰৰ বৰঘৰত দুৰ্নীতিপৰায়ণ বিষয়া

by News Desk
52 views
A+A-
Reset

গুৱাহাটীঃ নৰেন্দ্ৰ মোদীক আদৰ্শ ৰূপে লৈ শাসনৰ গাদীত বহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া প্ৰতিটো ক্ষণতেই এজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য চলাবলগীয়া হৈছে৷ সেই বিষয়াগৰাকীক কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা অভিযোগ মন্ত্ৰণালয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি ২৭ এপ্ৰিলত এক পত্ৰ প্ৰেৰণ কৰিছিল৷ এই গুৰুতৰ অভিযোগ অসম পাব্লিক ৱৰ্কৰ্ছৰ৷

অসম পাব্লিক ৱৰ্কৰ্ছৰ সভাপতি অভিজত শৰ্মাই আজি মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে৷ সংবাদ মেলখনত মুখ্য সচিবৰ বিৰুদ্ধে হাজাৰ হাজাৰ টকাৰ কেলেংকাৰীৰ অভিযোগ থকা বুলিও কয় সংগঠনটোৰ সভাপতিগৰাকীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0