Home অন্যান্য খবৰমন্ত্ৰী ৰঞ্জিতেও পাই নেকি দুৰ্নীতিৰ কমিছন, দুমাহতে খহি পৰিল ৩.৫০ কোটিৰ জলসিঞ্চন প্ৰকল্পৰ পকী ৱাল

মন্ত্ৰী ৰঞ্জিতেও পাই নেকি দুৰ্নীতিৰ কমিছন, দুমাহতে খহি পৰিল ৩.৫০ কোটিৰ জলসিঞ্চন প্ৰকল্পৰ পকী ৱাল

by News Desk
62 views
A+A-
Reset

newsnextone.com | বিহালীঃ ৰাজ্য চৰকাৰে উন্নয়নৰ যি শ্ল’গান শুনাই জনতাক আভুৱা ভাৰি আহিছে, এই প্ৰৱঞ্চনা আৰু বেছি দিন নিটিকে৷ সোণোৱাল চৰকাৰৰ দুটা বছৰৰ শাসন কালৰ পিছতে এনে মন্তব্য কৰিছে স্থানীয় ৰাইজে৷ দুৰ্নীতি নিবাৰণ কৰি দুৰ্নীতিমুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰ কথা চৰকাৰে উল্লেখ কৰি আহিলেও বাস্তৱ ক্ষেত্ৰত সেই সকলোবোৰ মাথো ফুটুকাৰ ফেন বুলি জনতাই অভিযোগ উত্থাপন কৰিবলৈ বাধ্য হৈছে৷

যি সময়ত প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই চাডেন ভিজিট কৰি দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ, বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নাটক ৰচিছিল সেই সময়ত খোদ মন্ত্ৰীগৰাকীৰ সমষ্টি বিহালীতে এচাম বিষয়া-ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰি অহা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল৷ শেহতীয়াকৈ এজাক বৰষুণৰ পিছতে প্ৰাক্তন জলসিঞ্চন মন্ত্ৰীগৰাকীৰ সমষ্টিত ৩.৫০ কোটি টকাৰে নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্পটো খহি পৰাত ৰাইজে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0