52
ধিংঃ আচঁনি মেৰামতিৰ নামত বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাওঁ জিলাৰ বটদ্ৰৱাৰ পকা মূৰা ঘাটৰ সোঁ নামৰ জলসিঞ্চন আঁচনিৰ মেৰামতি কামত।
চৰকাৰে ১৯৮৪ চনতে লাখ লাখ টকা ব্যয় কৰি আৰম্ভ কৰিছিল এই আচঁনি। দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা কাৰণে অফিছ ঘৰৰ দৰ্জা-খিৰিকী, টিনপাট আদি জহি-খহি যোৱাৰ কাৰণে পুনৰাই আৱণ্টিত হৈছে মেৰামতিৰ বাবে ধন।