Home অন্যান্য খবৰকাইলৈ গোলাঘাট জিলাৰ ১২৩ টা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰদান কৰা হ’ব ২৭,৫৫০ পালি প্ৰতিষেধক

কাইলৈ গোলাঘাট জিলাৰ ১২৩ টা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰদান কৰা হ’ব ২৭,৫৫০ পালি প্ৰতিষেধক

by News Desk
A+A-
Reset
Screenshot_20210916_195408

গোলাঘাট, ১৬ ছেপ্টেম্বৰঃ কাইলৈ ৰাজ্যজুৰি হ’বলগীয়া ক’ভিড প্ৰতিষেধক প্ৰদানৰ বিশাল অভিযানৰ বাবে গোলাঘাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ।

জিলাখনৰ বিভিন্ন ঠাইত কাইলৈ মুঠ ১২৩ টা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ২৭,৫৫০ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ ইয়াৰে মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ২৭০০পালি, চাৰিঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৩০০০, মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৩৮০০, কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫৬০০, বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৭০০০, সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৪৩৫০ আৰু গোলাঘাট নগৰৰ পাঁচটা কেন্দ্ৰত ১১০০পালি প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0