অসমৰ চাহ বাগিছা সমুহত ক’ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ

Home অন্যান্য খবৰঅসমৰ চাহ বাগিছা সমুহত ক’ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ

অসমৰ চাহ বাগিছা সমুহত ক’ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ

by News Desk
62 views
A+A-
Reset

গোলাঘাটঃ সমগ্ৰ ভাৰতবৰ্ষৰ নিচিনাকৈ আমাৰ অসমতো ক’ভিড-১৯ অতিমাৰীয়ে ভয়ঙ্কৰ ৰূপ ধাৰন কৰিছে৷ ৰাজ্যখনত এতিয়ালৈকে তিনিলাখ ছব্বিশ হাজাৰ নশ ঊনআশী গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য আহিছে৷ যোৱাকালিলৈকে পাঁছহাজাৰ তিনিশ সাতছল্লিছ গৰাকী নতুন ব্যাক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ খৱৰ আছে আৰু এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা দুইহাজাৰ এশ তেইছ গৰাকী৷ 

আনহাতে অসম চৰকাৰে বৰ্দ্ধিত ক’ভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি কেতবোক নিয়ম বান্ধি দিয়াৰ পাছতো ক’ভিড-১৯ ৰ সংহাৰী ৰূপৰ প্ৰকোপ কমি অহা নাই৷  দিনৰ ১২ বজাৰ পিচত সান্ধ্যআইন, বিদ্যালয়-কাৰ্য্যালয় বন্ধ, যান-বাহনত যুগ্ম-অযুগ্ম নম্বৰৰ পদ্ধতি ব্যৱহাৰ কৰিও ৰাজ্যখনত যোৱা কেইটা দিনত ক’ভিড-১৯ ৰ বৃদ্ধি ৰোধ কৰিব পৰা নাই৷ দিনক দিনে আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে কিন্তু আক্ৰান্তৰ বিপৰীতে বহু সংখ্যক লোক ইতিমধ্যে সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি আহিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0