Home অন্যান্য খবৰতিনিচুকীয়াত সক্ৰিয় গৰু চুৰি চক্ৰ

তিনিচুকীয়াত সক্ৰিয় গৰু চুৰি চক্ৰ

by News Desk
48 views
A+A-
Reset

ফিল’বাৰীঃ তিনিচুকীয়াত শেহতীয়াকৈ সক্ৰিয় হৈ পৰা গৰুচোৰ ধৰাৰ ক্ষেত্ৰত সফল হৈছে আৰক্ষী। গৰু চুৰি চক্ৰৰ দুজন ব্যক্তিসহ দুখন ট্ৰাক সোমবাৰে নিশা জিলাখনৰ মাকুম থানাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS-23-7323 আৰু AS-23-7048।

অভিযোগ অনুসৰি উক্ত ট্ৰাক দুখনে বুজন পৰিমাণৰ চোৰাং গৰু কঢ়িয়াই আনিছিল যদিও আৰক্ষীৰ অভিযানৰ খবৰ পাই কোনো অজ্ঞাত স্থানত গৰু সমূহ এৰি তিনিচুকীয়াৰ দিশে পলায়নৰ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0