গোলকগঞ্জঃ আগমনি আৰক্ষী থানাৰ অন্তৰ্গত অসম-বংগ সীমান্তৰ খেৰবাৰীত অবৈধ ভাৱে বাংলাদেশলৈ চালানৰ উদ্দেশ্যে অনা ১৩ টা গৰু জব্দ কৰাৰ লগতে পাচঁজন আটক কৰে।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত আগমনি আৰক্ষীয়ে অভিযান চলাই গৰুসহ পাঁচ জনক আটক কৰে। ধৃত পাচঁজন মানিক আলী, চান্দ মণ্ডল, কুদ্দুচ আলী, সোনাউল্লা আলী আৰু ছেকেন্দাৰ আলী।