Home অন্যান্য খবৰআলফা নেতা সত্যজিৎ বৰাৰ শেষকৃত্য সম্পন্ন

আলফা নেতা সত্যজিৎ বৰাৰ শেষকৃত্য সম্পন্ন

by News Desk
A+A-
Reset
WhatsApp Image 2017-05-20 at 7

বোকাজানঃ ওদালগুৰি জিলাৰ সোণাৰিপাৰা নামৰ এক দুৰ্গম অঞ্চলত যোৱা ১৮ মে’ত সেনা-আৰক্ষীৰে হোৱা মুখামুখি সংঘৰ্ষত মৃত্যু হোৱা সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ছাৰ্জেণ্ট মেজৰ সত্যজিৎ বৰা ওৰফে ৰমেশ বৰা (৩২) ৰ শেষকৃত্য যোৱা নিশা আলফা নেতাগৰাকীৰ নিজ গাওঁ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিত সম্পন্ন কৰা হয়৷

উল্লেখ্য যে, বৰাই পোন্ধৰ বছৰৰ পূৰ্বেই নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰিছিল৷ কালি বিয়লি আলফাৰ নেতাগৰাকীৰ মৃতদেহ হাওৰাঘাট আহি পোৱাত সমগ্ৰ অঞ্চলটোৰ বৃহৎ সংখ্যক জনতাই সমদল কৰি নেতাগৰাকীৰ মৃতদেহ নিজা বাসগৃহলৈ আগবঢ়াই আলফা নিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0