54
চৰাইদেউঃ অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত চৰাইদেউ ক্ৰীড়া সন্থাৰ সহযোগত সোণাৰি ৰাজহুৱা খেলপথাৰত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ আয়োজন।
১৫ জুলাইৰপৰা আৰম্ভ হ’বলগীয়া শিবিৰত অসম ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক প্ৰদীপ দত্ত আৰু ৰফিকুৰ ৰহমানে প্ৰশিক্ষণ আগবঢ়াব।