88
অভয়াপুৰীঃ ৰাইজৰ ধৈৰ্যৰ বান্ধ চিগিল অভয়াপুৰীত৷ বিদ্যুত বিভাগে দুমাহ ধৰি বিকল হৈ থকা ট্ৰান্সফৰ্মাৰ ভাল নকৰাত ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে বিভাগৰ বিষয়া-কৰ্মচাৰীক৷
ঘটনাৰ বিৱৰণী মতে, বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপবৰ্ত্তী টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কুশবাৰী গাওঁৰ ট্ৰান্স ফৰ্মাৰটো দুমাহ পূৰ্বে বিকল হোৱাৰ পিছতো আজিলৈকে মেৰামতি নহ’ল৷