Home অন্যান্য খবৰচিলিণ্ডাৰ বিস্ফোৰণ হৈ ছটাকৈ বাস গৃহ ভষ্মিভূত… জুঁইত জাহ গ’ল নগদ ধনৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ

চিলিণ্ডাৰ বিস্ফোৰণ হৈ ছটাকৈ বাস গৃহ ভষ্মিভূত… জুঁইত জাহ গ’ল নগদ ধনৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ

by News Desk
A+A-
Reset
7c9ebbcb-bcf9-465d-a9fa-78da9fb7c9d9

ফখৰুল ইছলাম,খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱৰ জংঘলপাৰত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ছটাকৈ পৰিয়ালৰ বাসগৃহ জুইত ভস্মীভূত হয়। জানিব পৰা মতে গাঁখনৰ আব্দুল হাই, হাছেন আলি, জয়নাল আব্দিন, ওমৰ আলী আৰু মগৰব আলিৰ ঘৰত এই ঘটনাটো সংঘৰ্টিত হয়।

জুইত জাহ যায় প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি, নগদ ধন,এন আৰ চিৰ লগতে মাটি বাৰীৰ প্ৰয়োজনীয় নথি আৰু আচবাব। ভুক্তভোগীয়ে জনোৱা মতে, চিলিণ্ডাৰ এটা বিস্ফোৰণ হৈ প্ৰথমে এটা ঘৰত জুঁই লাগে আৰু পাছলৈ উক্ত জুয়ে নিমিষতে অন্য পাঁচটাকৈ ঘৰত ছানি ধৰে আৰু মুহুৰ্ততে ঘৰকেইটাৰ ভিতৰত থকা সকলো বয়বস্তু জুঁইত পুৰি ছাই হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0