Home অন্যান্য খবৰনগাঁৱত অগ্নিকাণ্ড, কথমপি বাচিল পৰিয়াল

নগাঁৱত অগ্নিকাণ্ড, কথমপি বাচিল পৰিয়াল

by News Desk
55 views
A+A-
Reset

কামপুৰঃ নগাঁৱৰ কঠীয়াতলীত পুৱাই সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। তপন দত্তৰ নামৰ লোকজনৰ চিলিণ্ডাৰ হঠাৎ জ্বলি এই অগ্নিকাণ্ড সংঘটিত হয়।

স্থানীয় কেইজনমান সাহসী যুৱকৰ চেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। চিলিণ্ডাৰটো বিস্ফোৰণ নোহোৱাৰ বাবে কথমপি ৰক্ষা পৰিল তপন দত্তৰ বাসগৃহৰ লগতে অঞ্চলটো ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0