64
দলংঘাটঃ শনিবাৰে নিশা ৮ বজাত হঠাতে অহা এজাক প্ৰৱল বতাহ ধুমুহাই দলংঘাট, কাৱৈমাৰি, ভূঞাখাট, নামখলা আদিকে ধৰি পশ্চিম দৰংৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে।
প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰ-দুৱাৰ, দোকান, অনুস্থান-প্ৰতিস্থানৰ বৃহৎ ক্ষতি কৰাৰ লগতে বিদ্যুতৰ খুটা ভাঙি তাৰ চিঙাৰ লগতে ধুমুহাই বহুতো ঘৰৰ মুধচ উৰুৱাই লৈ যায়।