89
দৰংঃ দৰঙৰ মংগলদৈ চহৰত বুধবাৰে দিনৰ ১০ বজাত দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰ ৰাইজক বিশেষকৈ মহিলা ভোটাৰক সজাগ কৰিবলৈ এই দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে জিলা প্ৰশাসনে৷ সজাগতাৰ উক্ত দৌৰ প্ৰতিযোগিতা মংগলদৈ গান্ধী ময়দানত দৰং জিলা উপায়ুক্ত ঘনশ্যাম দাসে উদ্ধোধন কৰে৷