56
লংকাঃ লংকাৰ কাকী আৰক্ষী থানৰ অন্তৰ্গত চলচলি গাওঁৰ পৰা ১৬ জুনত এগৰাকী ২০ বছৰীয়া মুক যুৱতী নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ১৬ জুন শুকুৰবাৰে পুৱা আঠ মান বজাত ঘৰৰ পৰা কিবা কাৰণত ওলাই যোৱাৰ পাছতে পিলপিলি বেগম নামৰ যুৱতী গৰাকী নিৰুদ্দেশ হৈ আছে।