68
কোকৰাঝাৰঃ দৈহিক সুষমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা এগৰাকী অসম কন্যাই এইবেলিৰ শ্ৰীয়া মিছ ইণ্ডিয়া-২০১৮ ৰেম্পত খোজ দিবলৈ সাজু হৈছে৷ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ এগৰাকী যুৱতীগৰাকীয়ে শ্ৰীয়া মিছ ইণ্ডিয়া-২০১৮লৈ নিৰ্বাচিত হোৱাত কোকৰাঝাৰস্থিত গৃহ চহৰত আনন্দৰ বন্যা অব্যাহত আছে৷
